"জড়িত ডিভাইচ" "জড়িত ডিভাইচটো যোগ দিয়ক" "এটা সহযোগী ডিভাইচ সংযোগ কৰক" "আপোনাৰ গাড়ী চলোৱাৰ অভিজ্ঞতা পৰিচালনা কৰাত সহায় কৰিবলৈ আপুনি নিজৰ ফ’নটো এটা সহযোগী ডিভাইচ হিচাপে ব্যৱহাৰ কৰিব পাৰে" "আপোনাৰ ফ’নটোত ""সহযোগী এপ্‌"" ইনষ্টল হৈ থকাটো নিশ্চিত কৰক" "ক’ডটো ফ’নত নিশ্চিত কৰক" "এইটো আপোনাৰ ফ’নটোত দেখুওৱা ক’ডটোৰ সৈতে মিলাটো নিশ্চিত কৰক" "ডিভাইচটো সফলতাৰে জড়িত কৰা হৈছে" "এপ্‌টো খুলি <b>%1$s<b>ৰে সংযোগ কৰক" "<b>%1$s</b>ক আঁতৰাবনে?" "এই গাড়ীখনক আৰু এই ডিভাইচটোৰ সৈতে পেয়াৰ কৰা নহ’ব। ইয়াৰ উপৰিও আপুনি সহযোগী এপ্‌টোৰ পৰা এই গাড়ীখন আঁতৰাব লাগিব।" "%1$sক আঁতৰোৱা হৈছে" "%1$sক আঁতৰাব পৰা নগ’ল" "আপোনাৰ ফ’নটোত ছেটআপ অব্যাহত ৰাখক" "কিবা ভুল হ’ল" "দুৰ্ভাগ্যবশতঃ, এই স্ক্ৰীনখনে সঠিকভাৱে দেখুৱাবলৈ সক্ষম নহ\'ল। অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক।" "ব্লুটুথ অন কৰক" "আপোনাৰ ফ’নটোক এটা সহযোগী ডিভাইচ হিচাপে ছেট আপ কৰিবলৈ আপোনাৰ গাড়ীখনক ব্লুটুথৰ প্ৰয়োজন।" "ব্লুটুথ অন কৰিবনে?" "আপোনাৰ সহযোগী ডিভাইচটোৰ সৈতে সংযোগ কৰিবলৈ আপোনাৰ গাড়ীখনক ব্লুটুথৰ প্ৰয়োজন।" "গ্ৰহণ কৰক" "প্ৰত্যাখ্যান কৰক" "নিশ্চিত কৰক" "বাতিল কৰক" "আঁতৰাওক" "ঠিক আছে" "সংযোগ" "এই ডিভাইচটো আঁতৰাওক" "পাহৰি যাওক" "অক্ষম কৰক" "সক্ষম কৰক" "অব্যাহত ৰাখক" "পুনৰ চেষ্টা কৰক" "অন কৰক" "এতিয়া নহয়" "সংযোগ কৰা হৈছে" "চিনাক্ত কৰা হোৱা নাই" "সংযোগ বিচ্ছিন্ন হৈছে" "অজ্ঞাত" "ফ’নৰ পাঠ বাৰ্তাৰ সেৱাটো চলি আছে" "ফ’নৰ পাঠ বাৰ্তাৰ সেৱাটো সক্ৰিয় হৈ আছে" "সহযোগী ডিভাইচৰ জৰিয়তে পাঠ বাৰ্তাসমূহ লাভ কৰি থকা হৈছে" "ফ’নৰ জৰিয়তে প্ৰ’ফাইল আনলক কৰক" "আনলক কৰাৰ বিকল্পসমূহ ছেট কৰিবলৈ আপোনাৰ সহযোগী এপ্‌টো পৰীক্ষা কৰক" "<b>%1$s</b>ক মোৰ প্ৰ’ফাইলটো আনলক কৰিবলৈ দিয়ক" "আপোনাৰ ফ’নটো সক্ৰিয়ভাৱে সংযোগ হৈ থাকিবই লাগিব" "এই সুবিধাটো অন কৰিবলৈ আপোনাৰ গাড়ী আৰু ফ’নটোত ব্লুটুথ অন থকাটো আৰু এটা আনটোৰ ওচৰত থকাটো নিশ্চিত কৰক" "<b>%1$s</b>এ এতিয়া আপোনাৰ প্ৰ’ফাইলটো আনলক কৰিব পাৰে" "এটা প্ৰাথমিক প্ৰ’ফাইল লক সৃষ্টি কৰক" "আপোনাৰ প্ৰ’ফাইল আনলক কৰাৰ বাবে নিজৰ ফ’নটো ব্যৱহাৰ কৰিবলৈ আপোনাক বেকআপ হিচাপে এটা প্ৰাথমিক প্ৰ’ফাইল লকৰ প্ৰয়োজন" "সম্পূর্ণ কৰিবলৈ আপোনাৰ প্ৰ’ফাইলটো আনলক কৰক" "আপুনি এটা নতুন প্ৰ’ফাইল লক সৃষ্টি কৰিছে। ইয়াৰ পাছত, আপোনাৰ ফ’নটোৱে আপোনাৰ প্ৰ’ফাইলটো স্বয়ংক্ৰিয়ভাৱে আনলক কৰিব পৰাটো নিশ্চিত কৰিবলৈ এইটো পুনৰ দিয়ক" "এই ডিভাইচটোৰ সংযোগ বিছিন্ন কৰক" "এই ডিভাইচটো পুনৰ সংযোগ কৰক" "ফ’নৰ জৰিয়তে আনলক কৰক" "আপোনাৰ ফ’নটোক আপোনাৰ প্ৰ’ফাইলটো আনলক কৰিবলৈ দিয়ক" "এই সুবিধাটোক কৰ্তৃত্ব দিবলৈ ইয়াত টিপক" "কিবা ভুল হ’ল" "দুৰ্ভাগ্যবশতঃ, এই সুবিধাটো এই মুহূৰ্তত অন কৰিব পৰা নগ\'ল। অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক।" "আপোনাৰ ফ’নটোত এটা স্ক্ৰীন লক সৃষ্টি কৰক" "আপোনাৰ ফ’নটোত কোনো স্ক্ৰীন লক ছেট কৰি থোৱা নাই। আপোনাৰ ফ’নটোৰ জৰিয়তে আপোনাৰ গাড়ীৰ প্ৰ’ফাইল আনলক কৰিবলৈ, প্ৰথমে আপোনাৰ ফ’নটোৰ ছেটিংসমূহত এটা স্ক্ৰীন লক (যাক পাছক’ড বুলিও কোৱা হয়) ছেট কৰক।"