"ছেটিংসমূহ" "ছেটিংসমূহ" "নেটৱৰ্ক" "সীমিত প্ৰ’ফাইল" "পৰামৰ্শবোৰ" "ক্ষিপ্ৰ ছেটিংসমূহ" "সাধাৰণ ছেটিংসমূহ" "পৰামৰ্শ বাতিল কৰক" "\"OK Google\" চিনাক্তকৰণ" "যিকোনো সময়তে Google সহায়কৰ সৈতে কথা পাতক" "ডিভাইচ" "অগ্ৰাধিকাৰসমূহ" "ৰিম\'ট আৰু সহায়ক সঁজুলিসমূহ" "ব্যক্তিগত" "নেটৱৰ্কৰ লগত সংযোগ কৰক" "একাউণ্ট যোগ কৰক" "একাউণ্টসমূহ আৰু ছাইন-ইন" "কোনো একাউণ্ট নাই" %1$dটা একাউণ্ট %1$dটা একাউণ্ট "মিডিয়া সেৱা, Assistant, Payments" "নেটৱৰ্ক আৰু ইণ্টাৰনেট" "ধ্বনি" "এপসমূহ" "ডিভাইচৰ অগ্ৰাধিকাৰ" "ৰিম’ট আৰু সহায়ক সঁজুলিসমূহ" "কোনো ব্লুটুথ ডিভাইচ সংযোজিত হৈ থকা নাই" %1$dটা সহায়ক সামগ্ৰী %1$dটা সহায়ক সামগ্ৰী "ডিছপ্লে’ আৰু শব্দ" "সহায় আৰু মতামত" "গোপনীয়তা" "ডিভাইচৰ ছেটিং" "এপৰ ছেটিংসমূহ" "অৱস্থান, ব্যৱহাৰ আৰু ডায়েগন’ষ্টিক্স, বিজ্ঞাপন" "একাউণ্ট যোগ কৰক" "একাউণ্ট আঁতৰাওক" "ছিংক কৰা এপবোৰ বাছনি কৰক" "এতিয়া ছিংক কৰক" "ছিংক কৰি থকা হৈছে…" "অন্তিমবাৰ ছিংক কৰা সময় %1$s" "নিষ্ক্ৰিয়" "একাউণ্ট আঁতৰাওক" "একাউণ্টটো আঁতৰাব নোৱাৰি" "এতিয়া ছিংক কৰক %1$s" "ছিংক কৰিব পৰা নগ\'ল" "ছিংক সক্ৰিয় হৈ আছে" "ৱাই-ফাই" "ইথাৰনেট" "ইথাৰনেট সংযোগ কৰা হ’ল" "ইণ্টাৰনেট সংযোগ নাই" "ৱাই-ফাই অফ কৰা হ’ল" "স্কেনিং সদায় উপলব্ধ" "ৱাই-ফাই অফ থকা সময়তো Googleৰ অৱস্থান সেৱা আৰু অন্য়ান্য এপবোৰক নেটৱৰ্ক বিচাৰি স্কেন কৰিবলৈ দিয়ক" "ৱাই-ফাই" "নেটৱৰ্কৰ লগত সংযোগ কৰক" "অলপতে খোলা এপসমূহ" "সকলো এপ্ চাওক" "অনুমতিসমূহ" "সকলো এপ্" "ছিষ্টেম এপসমূহ দেখুৱাওক" "ইনষ্টল কৰা এপসমূহ" "ছিষ্টেম এপসমূহ" "নিষ্ক্ৰিয় কৰি ৰখা এপসমূহ" "স্ক্ৰীণ ছেভাৰ" "ডিছপ্লে’" "ডিছপ্লে’ আৰু ধ্বনি" "ধ্বনি" "ছাৰাউণ্ড ছাউণ্ড" "ছিষ্টেমৰ ধ্বনি" "এপ্লিকেশ্বনসমূহ" "সঞ্চয়াগাৰ" "ফেক্টৰী ৰিছেট" "বেকআপ আৰু পুনঃস্থাপন" "ফেক্টৰী ডাটা ৰিছেট" "ক্ৰমাংকণ" "শক্তি সঞ্চয়কাৰী" "ফৰমেটসমূহ বাছনি কৰক" "ছাৰাউণ্ড ছাউণ্ড" "Dolby Digital" "Dolby Digital Plus" "DTS" "DTS-HD" "IEC61937" "টোকা: আপোনাৰ ডিভাইচে যদি ইয়াৰ সমৰ্থিত ফৰমেটসমূহ শুদ্ধভাৱে দৰ্শাব নোৱাৰে স্বয়ংক্ৰিয় বিকল্পটোৱে ভালদৰে কাম নকৰিব পাৰে।" "অট\': আপোনাৰ ডিভাইচৰ দ্বাৰা সমৰ্থিত ফৰমেটসমূহ ব্যৱহাৰ কৰক (অনুমোদিত)" "এটাও নহয়: কেতিয়াও ছাৰাউণ্ড ছাউণ্ড ব্যৱহাৰ নকৰিব" "মেনুৱেল: কোনটো ফৰমেট ব্যৱহাৰ কৰিব বাছনি কৰক" "ডিছপ্লে’" "উন্নত ডিছপ্লে’ ছেটিংসমূহ" "উন্নত ধ্বনি ছেটিংসমূহ" "গে’ম ম’ডৰ অনুমতি দিয়ক" "কেশ্ব কৰা ডাটা মচিবনে?" "এই কাৰ্যই সকলো এপৰ কেশ্ব ডেটা পৰিষ্কাৰ কৰিব।" "সহায়ক সামগ্ৰী যোগ কৰক" "যোৰা লগোৱা হৈ আছে…" "সংযোগ কৰি থকা হৈছে…" "যোৰা লগাব পৰা নগ’ল" "বাতিল কৰা হ’ল" "যোৰা লগোৱা হ’ল" "সহায়ক সামগ্ৰী" "যোৰা ভাঙক" "বেটাৰি %1$d%%" "ডিভাইচৰ যোৰা ভাঙক…" "সংযুক্ত হৈ থকা" "নাম সলনি কৰক" "এই সহায়ক সামগ্ৰীৰ নতুন নাম দিয়ক" "সহায়ক সামগ্ৰীৰ সন্ধান কৰি আছে…" "আপোনাৰ ব্লুটুথ ডিভাইচবোৰ যোৰা লগোৱাৰ আগতে, যোৰা লগোৱা ম\'ড সক্ৰিয় কৰি ৰখাটো সুনিশ্চিত কৰক" "এটা ডিভাইচ বিচাৰি পোৱা গৈছে আৰু %1$s ছেকেণ্ডত স্বয়ংক্ৰিয়ভাবে যোৰা লাগিব" "এই কামটো কৰিব পৰা নাযায়" "ব্লুটুথ যোৰা লগোৱাৰ অনুৰোধ" "এইবোৰৰ সৈতে যোৰা লগাবলৈ: <b>%1$s</b>, তাত এই পাছকীটো দেখুওৱাটো সুনিশ্চিত কৰক: <b>%2$s</b>" "ইয়াৰ পৰা: <b>%1$s</b><br>এই ডিভাইচটোৰ সৈতে যোৰা লগাবনে?" "এইবোৰৰ সৈতে যোৰা লগাবলৈ: <b>%1$s</b><br>তাত এইবুলি লিখক: <b>%2$s</b>, তাৰ পিছত অন্তৰ্ভুক্ত কৰিবলৈ ৰিটাৰ্ণ টিপক।" "ইয়াৰ সৈতে যোৰা লগাবলৈ: <b>%1$s</b>, <br>ডিভাইচৰ প্ৰয়োজনীয় পিন দিয়ক:" "ইয়াৰ সৈতে যোৰা লগাবলৈ: <b>%1$s</b>, <br>ডিভাইচৰ প্ৰয়োজনীয় পাছকী দিয়ক:" "সচৰাচৰ ০০০০ বা ১২৩৪" "যোৰা লগাওক" "বাতিল কৰক" "মতামত পঠিয়াওক" "সহায় কেন্দ্ৰ" "Google কাষ্ট" "তাৰিখ আৰু সময়" "ভাষা" "কীব\'ৰ্ড" "কীব’ৰ্ড আৰু স্বয়ংপূৰ্তি" "স্বয়ংপূৰ্তি" "গৃহ স্ক্ৰীণ" "সন্ধান" "Google" "সুৰক্ষা আৰু সীমাবদ্ধতা" "কথন" "ইনপুটসমূহ" "ইনপুট আৰু ডিভাইচবোৰ" "হ\'ম থিয়েটাৰ নিয়ন্ত্ৰণ" "সাধ্য সুবিধাসমূহ" "বিকাশকৰ্তাৰ বিকল্পসমূহ" "এটাও নহয়" "ব্যৱহাৰ আৰু ডায়েগন’ষ্টিক্স" "প্ৰশিক্ষণমূলক" "ছিষ্টেম আপডে’ট" "ইয়াৰ বিষয়ে" "ডিভাইচৰ নাম" "ৰিবুট কৰক" "আইনী তথ্য" "মুক্ত উত্‍সৰ অনুজ্ঞাপত্ৰসমূহ" "Googleৰ আইনী পৃষ্ঠা" "অনুজ্ঞাপত্ৰৰ ডাটা নাই" "মডেল" "সংস্কৰণ" "ক্ৰমাংক" "বিল্ড" আপুনি ডেভেলপাৰ হোৱাৰপৰা %1$d পদক্ষেপ দূৰত আপুনি ডেভেলপাৰ হোৱাৰপৰা %1$d পদক্ষেপ দূৰত "বিজ্ঞাপনসমূহ" "এতিয়া আপুনি এজন বিকাশকৰ্তা!" "কোনো প্ৰয়োজন নাই, আপুনি ইতিমধ্যে এজন ডেভেলপাৰ।" "অজ্ঞাত" "SELinuxৰ স্থিতি" "নিষ্ক্ৰিয়" "অনুমতিসূচক" "কাৰ্যকৰী কৰা হৈছে" "অতিৰিক্ত ছিষ্টেম আপডেইটসমূহ" "স্থিতি" "নেটৱৰ্ক, ক্ৰমাংক আৰু অন্যান্য তথ্য" "মেনুৱেল" "নিয়ামক তথ্য" "ডিভাইচটো কেনে পাইছে জনাওক" "সঁজুলিৰ ID" "বেইছবেণ্ডৰ সংস্কৰণ" "কাৰ্ণেল সংস্কৰণ" "উপলব্ধ নহয়" "স্থিতি" "বেটাৰিৰ স্থিতি" "বেটাৰিৰ স্তৰ" "ছিমৰ স্থিতি" "IMEI সম্বন্ধীয় তথ্য" "ব্লুটুথৰ ঠিকনা" "চলি থকা সময়" "আইনী তথ্য" "স্ৱত্ৱাধিকাৰ" "অনুজ্ঞাপত্ৰ" "নিয়ম আৰু চৰ্তাৱলী" "ছিষ্টেম ৱেবভিউ লাইচেঞ্চ" "দুৰ্বল" "ঠিক" "ভাল" "উত্তম" "ডিভাইচৰ MAC ঠিকনা" "যাদৃচ্ছিক MAC ঠিকনা" "ছিগনেলৰ ক্ষমতা" "গোপনীয়তা" "যাদৃচ্ছিক MAC ব্যৱহাৰ কৰক (ডিফ’ল্ট)" "ডিভাইচৰ MAC ব্যৱহাৰ কৰক" "উপলব্ধ নহয়" "যাদৃচ্ছিক MAC" "আইপি ঠিকনা" "ৱাই-ফাই নেটৱর্কৰ নাম দিয়ক" "ইণ্টাৰনেট সংযোগ" "সংযোগ কৰা হ’ল" "সংযোগ হোৱা নাই" "অন্য বিকল্পসমূহ" "সকলো চাওক" "কম সংখ্যক চাওক" "উপলব্ধ নেটৱৰ্কসমূহ" "নতুন নেটৱৰ্ক যোগ কৰক" "সুৰক্ষাৰ ধৰণ" "অন্য নেটৱৰ্ক…" "এৰি যাওক" "নাই" "WEP" "WPA/WPA2 PSK" "802.1x EAP" "স্কেন কৰি থকা হৈছে…" "%1$sৰ বাবে কনফিগাৰেশ্বন ছেভ কৰিবপৰা নগ\'ল" "%1$sৰ সৈতে সংযোগ কৰিব পৰা নগ\'ল" "%1$s বিচাৰি পোৱা নগ\'ল" "ৱাই-ফাই পাছৱৰ্ড মান্য নহয়" "ৱাই-ফাই নেটৱৰ্কে সংযোগ স্থাপন কৰিবলৈ নিদিলে" "%1$sপ্ৰ\'ক্সী আৰু আইপি ছেটিংসমূহ কনফিগাৰ কৰিব নেকি?" "প্ৰক্সি ছেটিংসমূহ" "প্ৰক্সি হ\'ষ্টনাম:" "প্ৰক্সি প\'ৰ্ট:" "ইয়াৰ বাবে প্ৰক্সি বাইপাছ কৰক:" "আইপি ছেটিংসমূহ" "আইপি ঠিকনা:" "গেইটৱে\':" "নেটৱৰ্ক প্ৰিফিক্সৰ দৈৰ্ঘ্য:" "ডিএনএছ ১:" "ডিএনএছ ২:" "প্ৰক্সী ছেটিং মান্য নহয়" "আইপি ছেটিংসমূহ মান্য নহয়" "%1$s এটা ছেভ কৰা নেটৱৰ্ক" "আকৌ চেষ্টা কৰক" "উপলব্ধ নেটৱৰ্কসমূহ চাওক" "%1$sৰ সৈতে সংযোগ কৰি থকা হৈছে" "%1$sৰ বাবে কনফিগাৰেশ্বন ছেভ কৰি থকা হৈছে" "সংযোগ কৰক" "নেটৱৰ্কটো পাহৰি যাওক" "এই কাৰ্যই ছেভ কৰি ৰখা পাছৱৰ্ডকে ধৰি এই নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলৈ ব্যৱহাৰ হোৱা সকলো তথ্য মচি পেলাব" "ঠিক আছে" "অব্যাহত ৰাখক" "নেটৱৰ্ক সলনি কৰক" "সলনি কৰক" "সলনি নকৰিব" "ঠিক আছে" "নাই (অনুমোদিত)" "এটাও নহয়" "মেনুৱেল" "DHCP" "নিশ্চল" "স্থিতিৰ তথ্য" "উচ্চমানৰ বিকল্পসমূহ" "এটা মান্য আইপি ঠিকনা দিয়ক" "এটা মান্য গে\'টৱে ঠিকনা দিয়ক" "এটা মান্য ডিএনএছ ঠিকনা লিখক" "০ আৰু ৩২ ৰ মাজৰ দৈৰ্ঘ্যৰ এটা নেটৱৰ্ক প্ৰিফিক্স টাইপ কৰক" "এটা মান্য আইপি ঠিকনা দিয়ক।\nউদাহৰণ: 192.168.1.128" "এটা মান্য আইপি ঠিকনা দিয়ক অথবা খালী ৰাখক।\nউদাহৰণ: 8.8.8.8" "এটা মান্য আইপি ঠিকনা দিয়ক অথবা খালী ৰাখক।\nউদাহৰণ: 8.8.4.4" "এটা মান্য আইপি ঠিকনা দিয়ক অথবা খালী ৰাখক।\nউদাহৰণ: 192.168.1.1" "এটা মান্য় নেটৱৰ্ক প্ৰিফিক্স দৈৰ্ঘ্য দিয়ক।\nউদাহৰণ: 24" "হোষ্টনাম মান্য নহয়" "এই বহিষ্কৰণ তালিকাখন মান্য নহয়। বহিষ্কৃত ড\'মেইনসমূহৰ কমা-পৃথকীকৃত তালিকা লিখক।" "প\'ৰ্টৰ ঠাইখিনি খালী থাকিব নোৱাৰে" "যদি এই হোষ্ট নামৰ ছাইখিনি খালী থাকে, প\'ৰ্ট ক্ষেত্ৰ খালী ৰাখক" "প\'ৰ্টটো মান্য নহয়" "HTTP প্ৰক্সিটো ব্ৰাউজাৰে ব্যৱহাৰ কৰি আছে, কিন্তু অন্য় এপে ব্যৱহাৰ নকৰিবও পাৰে।" "এটা মান্য প\'ৰ্ট দিয়ক।\nউদাহৰণ: 8080" "বহিষ্কৃত ড\'মেইনসমূহৰ কমা-পৃথকীকৃত তালিকা দিয়ক অথবা খালী ৰাখক।\nউদাহৰণ: example.com,mycomp.test.com,localhost" "এটা মান্য হোষ্টনাম দিয়ক।\nউদাহৰণ: proxy.example.com" "%1$sৰ বাবে ইএপি পদ্ধতি বাছনি কৰক" "%1$sৰ বাবে ফে\'জ২ বিশ্বাসযোগ্যতা বাছনি কৰক" "%1$sৰ বাবে পৰিচয় দিয়ক" "%1$sৰ বাবে পৰিচয় অজ্ঞাত ৰাখক" "আপুনি %1$sৰ সৈতে সংযোজিত হৈ আছে" "নেটৱৰ্কৰ সৈতে সংযোগ কৰা হ’ল" "নেটৱৰ্কৰ সৈতে সংযোগ কৰিব পৰা নগ\'ল" "ইতিমধ্যে %1$sৰ সৈতে সংযোজ হৈছে। অন্য এটা নেটৱৰ্কৰ সৈতে সংযোগ কৰিবনে?" "এটা অজ্ঞাত নেটৱৰ্ক" "ঠিক আছে" "বাতিল কৰক" "সঞ্চয়াগাৰ" "উপলব্ধ" "মূঠ ঠাই: %1$s" "গণনা কৰি থকা হৈছে…" "এপসমূহ" "ডাউনল\'ডসমূহ" "ফট’ আৰু ভিডিঅ’" "অডিঅ’" "বিভিন্ন" "কেশ্ব কৰা ডেটা" "বাহিৰ কৰক" "মচক আৰু ফৰমেট কৰক" "মোহাৰক আৰু ডিভাইচৰ সঞ্চয়াগাৰ হিচাপে ফৰ্মেট কৰক" "মোহাৰক আৰু আঁতৰাবপৰা সঞ্চয়াগাৰ হিচাপে ফৰ্মেট কৰক" "ডিভাইচ সঞ্চয়াগাৰ হিচাপে ফৰমেট কৰক" "সংযোগ হৈ থকা নাই" "এই সঞ্চয়াগাৰলৈ ডাটা স্থানান্তৰ কৰক" "অন্য এটা সঞ্চয়াগাৰলৈ ডাটা স্থানান্তৰ কৰক" "বেক আপ ল\'বলৈ কোনো এপ নাই" "এই ডিভাইচৰ সঞ্চায়াগাৰ পাহৰক" "এই ড্ৰাইভত থকা এপ্ বা ডেটা ব্যৱহাৰ কৰিবলৈ, ইয়াক পুনৰ প্লাগ ইন কৰক। ইয়াৰ পৰিবৰ্তে, যদি ড্ৰাইভটো উপলব্ধ নহয় আপুনি এই সঞ্চয়াগাৰ ইচ্ছা কৰিলে পাহৰি যাব পাৰিব।\n\nযদি আপুনি পাহৰি যাব বিচাৰে, তেতিয়া ড্ৰাইভৰ সকলো সমল চিৰকালৰ বাবে হেৰুৱাব।\n\nআপুনি এপসমূহ পিছত আকৌ ইনষ্টল কৰিব পাৰে, কিন্তু এই ড্ৰাইভত সঞ্চিত সকলো ডেটা হেৰাই যাব।" "ডিভাইচৰ সঞ্চয়াগাৰ" "আঁতৰাব পৰা সঞ্চয়াগাৰ" "ৰিছেট কৰক" "%1$s সংলগ্ন কৰা হৈছে" "%1$s সংলগ্ন কৰিব পৰা নগ\'ল" "USB সঞ্চয়াগাৰ পুনৰ সংলগ্ন হ’ল" "%1$sক সুৰক্ষিতভাৱে এৰুওৱা হ’ল" "%1$sক সুৰক্ষিতভাৱে এৰুৱাব পৰা নগ’ল" "এৰুৱাবলগীয়া ড্ৰাইভটো বিচাৰি পোৱা নগ\'ল" "%1$sক ফৰ্মেট কৰা হ’ল" "%1$sক ফৰমেট কৰিব পৰা নগ\'ল" "ডিভাইচৰ সঞ্চায়াগাৰ হিচাপে ফৰ্মেট কৰক" "ইউএছবি ড্ৰাইভটো সুৰক্ষিত কৰাৰ বাবে ইয়াক ফৰ্মেট কৰা দৰকাৰ। সুৰক্ষিতভাবে ফৰ্মেট কৰাৰ পিছত, এই ড্ৰাইভটোৱে কেৱল এই ডিভাইচৰ সৈতেহে কাম কৰিব। ফৰ্মেট কৰাৰ ফলত ড্ৰাইভটোত এতিয়া সঞ্চয় কৰি ৰখা সকলো ডেটা মচা যাব। ডেটা হেৰুওৱাৰ পৰা ৰক্ষা পৰিবলৈ, বেক আপ ল\'ব পাৰে।" "মচক আৰু ফৰ্মেট কৰক" "ফৰমেট কৰাৰ পিছত, আপুনি এই ইউএছবি ড্ৰাইভটো অন্য ডিভাইচত ব্যৱহাৰ কৰিব পাৰিব। সকলো ডাটা মচা যাব। সেইবাবে প্ৰথমে এপবোৰ অন্য ডিভাইচলৈ স্থানান্তৰিত কৰি বেক আপ লোৱা উচিত।" "ইউএছবি ড্ৰাইভ ফৰমেট কৰি থকা হৈছে…" "এই কাম সম্পূৰ্ণ হ\'বলৈ কিছু সময় লাগিব পাৰে। অনুগ্ৰহ কৰি ড্ৰাইভটো নেৰুৱাব।" "ডেটা স্থানান্তৰ কৰিবলৈ ড্ৰাইভ বাছনি কৰক" "ডাটাবোৰ %1$sলৈ স্থানান্তৰ কৰক" "আপোনাৰ ফট\', ফাইল আৰু এপৰ ডাটাবোৰ %1$sলৈ স্থানান্তৰ কৰক। এই কাৰ্যৰ বাবে কেইমিনিটমান লাগিব পাৰে। স্থানান্তৰ কৰি থকাৰ সময়ত কিছুমান এপে ভালদৰে কাম নকৰিব পাৰে।" "এতিয়াই স্থানান্তৰ কৰক" "পিছত স্থানান্তৰ কৰক" "ডেটা %1$sলৈ স্থানান্তৰ কৰা হ’ল" "ডাটাবোৰ %1$sলৈ স্থানান্তৰিত কৰিবপৰা নগ\'ল" "ডেটাবোৰ %1$sলৈ স্থানান্তৰ কৰি থকা হৈছে…" "এই কাম সম্পূৰ্ণ হ\'বলৈ কিছু সময় লাগিব পাৰে। অনুগ্ৰহ কৰি ড্ৰাইভটো নেৰুৱাব।\nস্থানান্তৰ কৰি থকাৰ সময়ত কিছুমান এপে ভালদৰে কাম নকৰিব পাৰে।" "এই ড্ৰাইভটো হয়টো মন্থৰ" "আপুনি অব্যাহত ৰাখিব পাৰে, কিন্তু ইয়ালৈ স্থানান্তৰ কৰা এপবোৰ বন্ধ হৈ পৰিব পাৰে আৰু ডাটা স্থানান্তৰ কৰাৰ বাবে বহু বেছি সময় লাগিব পাৰে। উন্নত প্ৰদৰ্শনৰ বাবে এটা ক্ষিপ্ৰতৰ ড্ৰাইভ ব্যৱহাৰ কৰক।" "ফৰ্মেট কৰক" "এপসমূহৰ বেক আপ লওক" "%1$sত সঞ্চিত এপসমূহ" "%1$sত সঞ্চিত হৈ থকা এপ্ আৰু ডাটাবোৰ" "%1$s উপলব্ধ" "ডিভাইচৰ সঞ্চয়াগাৰ এৰুৱাওক" "এইটো এৰুৱালে এই ডিভাইচৰ সঞ্চয়াগাৰত থকা এপবোৰে কাম কৰা বন্ধ কৰি দিব। এই ইউএছবি ড্ৰাইভটো ফৰমেট কৰা হৈছে আৰু মাত্ৰ এই ডিভাইচটোতহে কাম কৰিব। অন্যত ব্যৱহাৰ কৰিব পৰা নাযাব।" "%1$s এৰুৱাই থকা হৈছে" "সঞ্চয়াগাৰ ব্যৱহাৰ কৰা হৈছে" "%1$sক স্থানান্তৰ কৰি থকা হৈছে…" "স্থানান্তৰ হৈ থকা সময়ত ড্ৰাইভটো নেৰুৱাব। \nস্থানান্তৰ সম্পূৰ্ণ নোহোৱালৈকে %1$s এপটো এই ডিভাইচত উপলব্ধ নহ’ব।" "ডিভাইচৰ সঞ্চয়াগাৰ পাহৰি যাব বিচাৰেনে?" "\'পাহৰি যোৱা\'ৰ লগে লগে আপোনাৰ এই ড্ৰাইভত ছেভ থকা সকলো ডেটা হেৰাই যাব। আপুনি অব্যাহত ৰাখিব বিচাৰেনে?" "পাহৰক" "USB ড্ৰাইভ সংযোজিত হ’ল" "ব্ৰাউজ কৰক" "ডিভাইচৰ সঞ্চয়াগাৰ ছেটআপ কৰক" "আঁতৰাব পৰা সঞ্চয়াগাৰ হিচাপে ছেট আপ কৰক" "বাহিৰ কৰক" "%1$s এৰুওৱা হ’ল" "ড্ৰাইভটো পুনৰ সংযোগ নকৰালৈকে কিছুমান এপ নাথাকিব পাৰে বা ভালদৰে কাম নকৰিব পাৰে।" "সঞ্চয়াগাৰত পৰ্যাপ্ত খালী ঠাই নাই।" "এপটোৰ অস্তিত্ব নাই।" "ইনষ্টল কৰা অৱস্থান মান্য নহয়৷" "বাহ্যিক মিডিয়াত ছিষ্টেমৰ আপডেইটসমূহ ইনষ্টল কৰিব নোৱাৰি৷" "বাহ্যিক মিডিয়াত ডিভাইচৰ প্ৰশাসক ইনষ্টল কৰিব নোৱাৰি।" "অধিক জানক" "তাৰিখ" "সময়" "তাৰিখ ছেট কৰক" "সময় ছেট কৰক" "সময় মণ্ডল ছেট কৰক" "%1$s, %2$s" "২৪ ঘণ্টীয়া ফৰমেট ব্যৱহাৰ কৰক" "%1$s (%2$s)" "স্বয়ংক্ৰিয়ভাবে ছেট কৰা তাৰিখ আৰু সময়" "নেটৱৰ্কে দিয়া সময় ব্যৱহাৰ কৰক" "অফ" "নেটৱৰ্কে দিয়া সময় ব্যৱহাৰ কৰক" "যাতায়ত ষ্ট্ৰীমে দিয়া সময় ব্যৱহাৰ কৰক" "অফ কৰক" "অৱস্থান" "আপোনাৰ অনুমতি বিচৰা এপসমূহক আপোনাৰ অৱস্থানৰ তথ্য ব্যৱহাৰ কৰিবলৈ দিয়ক" "অৱস্থান চিনাক্তকৰণত সন্মতি" "ম\'ড" "শেহতীয়া অৱস্থানৰ অনুৰোধ" "শেহতীয়াকৈ কোনো এপে অৱস্থানৰ তথ্য় বিচাৰি অনুৰোধ কৰা নাই" "অত্যাধিক বেটাৰি ব্যৱহাৰ" "বেটাৰিৰ কম ব্যৱহাৰ" "অৱস্থানৰ অনুমান কৰিবলৈ ৱাই-ফাই ব্যৱহাৰ কৰক" "অৱস্থানৰ স্থিতি" "অৱস্থান সেৱাসমূহ" "অন" "অফ" "Google অৱস্থান সেৱা" "৩য় পক্ষৰ অৱস্থান সেৱাসমূহ" "অৱস্থান সবিশেষ" "অৱস্থানৰ ইতিহাস" "Googleএ এই বৈশিষ্ট্যবোৰ Google Now আৰু Google মেপৰ দৰে সামগ্ৰীবোৰত ব্যৱহাৰ কৰে। আপোনাৰ অৱস্থান সবিশেষ সক্ৰিয় কৰিলে যিকোনো Google প্ৰডাক্টক এই বৈশিষ্ট্য ব্যৱহাৰ কৰি আপোনাৰ Google একাউণ্টৰ সৈতে সম্পৰ্ক থকা ডিভাইচৰ একেবাৰে শেহতীয়া অৱস্থান সঞ্চয় কৰি ৰখাৰ আৰু ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে।" "এই একাউণ্টৰ বাবে যেতিয়া অৱস্থানৰ ইতিহাস সক্ৰিয় হৈ থাকে, Googleএ আপোনাৰ ডিভাইচৰ অৱস্থানৰ ইতিহাস সঞ্চয় কৰি ৰাখে যাতে আপোনাৰ এপবোৰে ব্যৱহাৰ কৰিব পাৰে।\n\nউদাহৰণস্বৰূপে, Google মেপে আপোনাক পথ দেখুৱাব পাৰে, আৰু Google Nowএ আপোনাক ট্ৰেফিকৰ বিষয়ে জনাব পাৰে।\n\nআপুনি যেতিয়াই বিচাৰে অৱস্থানৰ ইতিহাস অফ কৰিব পাৰে, কিন্তু এনে কৰিলে এইবোৰ মচা নাযায়। আপোনাৰ অৱস্থানৰ ইতিহাস চাবলৈ, maps.google.com/locationhistory লৈ যাওক।" "অৱস্থানৰ ইতিহাস মচক" "ইয়াৰ ফলত এই Google একাউণ্টৰ বাবে এই ডিভাইচটোৰ পৰা সঞ্চয় কৰা সকলো অৱস্থানৰ ইতিহাস মচি পেলাব। আপুনি এই মচা কাৰ্য আনডু কৰিব নোৱাৰিব। Google Nowকে ধৰি কিছুমান এপে কাম নকৰা হ\'ব।" "সেৱাসমূহ" "সেৱা সম্পৰ্কীয় ছেটিংসমূহ" "ৰঙৰ উচ্চ প্ৰভেদযুক্ত পাঠ" "সাধ্য সুবিধাসমূহৰ শ্বৰ্টকাট" "সাধ্য সুবিধাৰ শ্বৰ্টকাট সক্ষম কৰক" "শ্বৰ্টকাট সেৱা" "শ্বৰ্টকাট অন হৈ থকাৰ সময়ত, আপুনি সাধ্য় সুবিধাসমূহ আৰম্ভ কৰিবলৈ বেক আৰু ডাউন দুয়োটা বুটাম ৩ ছেকেণ্ডৰ বাবে হেঁচি ৰাখিব পাৰে৷" "কেপশ্বনসমূহ" "ভিডিঅ\'ত ক্ল\'জ্ড কেপশ্বনিং পাঠ অভাৰলে\'ৰ ছেটিংসমূহ" "ডিছপ্লে’" "অন" "অফ কৰক" "প্ৰদর্শনৰ বিকল্পসমূহ" "কনফিগাৰ" "ভাষা" "ডিফ’ল্ট" "পাঠৰ আকাৰ" "কেপশ্বন শৈলী" "কাষ্টম বিকল্পসমূহ" "ফ\'ণ্টৰ পৰিয়াল" "পাঠৰ ৰং" "প্ৰান্তৰ প্ৰকাৰ" "প্ৰান্তৰ ৰং" "নেপথ্য দেখুৱাওক" "নেপথ্য়ৰ ৰং" "নেপথ্যৰ অস্বচ্ছতা" "কেপশ্বনবোৰ দেখাত এনে হ\'ব" "পাঠৰ অস্বচ্ছতা" "উইণ্ড\' দেখুৱাওক" "ৱিণ্ড’ৰ ৰং" "ৱিণ্ড\'ৰ অস্বচ্ছতা" "ক\'লাৰ ওপৰত বগা" "বগা ওপৰত ক’লা" "ক\'লাৰ ওপৰত হালধীয়া" "নীলাৰ ওপৰত হালধীয়া" "নিজৰ উপযোগিতা অনুসৰি" "বগা" "ক\'লা" "ৰঙা" "সেউজীয়া" "নীলা" "চাইয়ান" "হালধীয়া" "মেজেণ্টা" "সক্ষম কৰক" "কনফিগাৰেশ্বন" "%1$s ব্যৱহাৰ কৰিব নেকি?" "%1$sয়ে পাছৱৰ্ডৰ বাহিৰে, আপুনি লিখা সকলো পাঠ বাৰ্তা সংগ্ৰহ কৰিব পাৰে। ইয়াত ব্যক্তিগত তথ্য যেনে ক্ৰেডিট কাৰ্ডৰ নাম্বাৰো অন্তৰ্ভুক্ত হয়।" "%1$s বন্ধ কৰিবনে?" "ঠিক আছে বাছনি কৰিলে %1$s বন্ধ হ\'ব।" "পাঠৰ পৰা কথন" "ইঞ্জিন কনফিগাৰেশ্বন" "পাছৱৰ্ডবোৰ কওক" "অগ্ৰাধিকাৰপ্ৰাপ্ত ইঞ্জিন" "কথা কোৱাৰ হাৰ" "নমুনা চলাওক" "ভইচ ডেটা ইনষ্টল কৰক" "সাধাৰণ" "ডিবাগিং" "ইনপুট" "অংকন" "নিৰীক্ষণ" "এপ্" "স্ক্ৰীণ সক্ৰিয় ৰাখক" "HDCP পৰীক্ষণ" "HDMI অপ্টিমাইজেশ্বন" "এতিয়া ৰিবুট কৰিবনে?" "এই ছেটিং আপডেইট কৰিবলৈ, আপোনাৰ ডিভাইচটো পুনৰ আৰম্ভ কৰিব লাগিব" "কেতিয়াও পৰীক্ষা নকৰিব" "কেৱল ডিআৰএম সমলৰ বাবে পৰীক্ষা কৰক" "সদায় পৰীক্ষা কৰক" "ব্লুটুথ HCI লগিং" "ইমেইল ঠিকনা" "ইউএছবি ডিবাগিং" "নকল অৱস্থানৰ অনুমতি দিয়ক" "ডিবাগ এপ্ বাছনি কৰক" "ডিবাগাৰৰ বাবে অপেক্ষা কৰক" "ইউএছবিৰ যোগেৰে এপৰ সত্যাপন কৰক" "ADB/ADTৰ যোগেৰে ইনষ্টল কৰা এপসমূহে কিবা ক্ষতিকাৰক আচৰণ কৰিছে নেকি পৰীক্ষা কৰক" "ৱাই-ফাই ভাৰ্ব\'ছ লগিং" "ৱাই-ফাই ভাৰ্ব\'ছ লগিং সক্ষম কৰক" "স্পৰ্শ দেখুৱাওক" "পইণ্টাৰৰ অৱস্থান" "লেআউটৰ সময় দেখুৱাওক" "জিপিইউ দৰ্শনৰ আপডেইটসমূহ দেখুৱাওক" "হাৰ্ডৱেৰ লেয়াৰ দেখুৱাওক" "জিপিইউ অভাৰড্ৰ\' দেখুৱাওক" "পৃষ্ঠভাগৰ আপডেইট দেখুৱাওক" "ৱিণ্ড\' এনিমেশ্বন স্কেল" "ট্ৰাঞ্জিশ্বন এনিমেশ্বন স্কেল" "এনিমেটৰ ব্যৱধানৰ স্কেল" "কঠোৰ ম’ড সক্ষম কৰা হৈছে" "প্ৰ\'ফাইল জিপিইউ ৰেণ্ডাৰিং" "ট্ৰেচ সক্ষম কৰক" "কাৰ্যকলাপসমূহ নাৰাখিব" "নেপথ্যত চলা প্ৰক্ৰিয়াৰ সীমা" "সকলো এএনআৰ দেখুৱাওক" "সুপ্ত অৱস্থালৈ নিয়াৰ সুবিধা অক্ষম কৰক" "কেৱল DRM সমলৰ বাবে ব্যৱহাৰ কৰক" "সৰ্বাধিক ৰিজলিউচন বা সৰ্বাধিক ফ্ৰেমৰে\'টৰ বাবে ডিছপ্লে’ অপ্টিমাইজ কৰক। ই কেৱল আল্ট্ৰা এইচডি ডিছপ্লে’\'ৰ ওপৰতহে প্ৰভাৱ পেলাব। এইটো ছেটিং সলনি কৰিলে আপোনাৰ ডিভাইচটো ৰিষ্টাৰ্ট হ\'ব।" "ব্লুটুথ HCI স্নুপ লগিং সক্ষম কৰক" "ইউএছবি সংযুক্ত থকা সময়ত ডিবাগ ম\'ড" "ডিবাগ কৰা এপ্লিকেশ্বনবোৰে কাৰ্য ৰূপায়ণ কৰাৰ আগতে ডিবাগাৰ সংলগ্ন হোৱা কাৰ্যলৈ অপেক্ষা কৰে" "ক্লিপ বাউণ্ড, মাৰ্জিন আদি দেখুৱাওক" "জিপিইউৰ জৰিয়তে অঁকাৰ সময়ত ৱিণ্ড’ৰ ভিতৰত ফ্লাশ্ব দৰ্শন" "হাৰ্ডৱেৰ লেয়াৰ আপডেইট হওতে সিঁহতক সেউজীয়া ৰঙেৰে ফ্লাশ্ব কৰক" "উৎকৃষ্টৰ পৰা নিকৃষ্টলৈ: নীলা, সেউজীয়া, পাতল ৰঙা, ৰঙা" "আপডেইট হওতে গোটেই ৱিণ্ড পৃষ্ঠাসমূহ ফ্লাশ্ব কৰক" "যেতিয়া এপসমূহে মুখ্য থ্ৰেডত দীঘলীয়া কাৰ্যকলাপ চলাই, তেতিয়া স্ক্ৰীণ ফ্লাশ্ব কৰক" "adb shell dumpsys gfxinfoত ৰেণ্ডাৰিং সময় জোখক" "অন কৰক" "অফ" "অন" "অফ" "সন্মত" "অসন্মত" "অজ্ঞাত উৎসবোৰ" "প্লে ষ্ট\'ৰৰ বাদে আন উৎসৰ পৰা লাভ কৰা এপ্ ইনষ্টল কৰিবলৈ অনুমতি দিয়ক" "অজ্ঞাত উৎসবিলাকক অনুমতি দিয়ক" "অজ্ঞাত উৎসৰ এপৰ দ্বাৰা আপোনাৰ ডিভাইচ আৰু ব্যক্তিগত ডাটাৰ ওপৰত আক্ৰমণ হোৱাৰ আশংকা অধিক থাকে। এই এপ্ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ডিভাইচৰ যিকোনো ধৰণৰ ক্ষতি আৰু ডাটা ক্ষয়ৰ বাবে আপুনি নিজে দায়বদ্ধ বুলি স্বীকাৰ কৰিছে।" "কেতিয়াও নহয়" "ডিআৰএম সমলৰ বাবে" "সদায়" "উৎকৃষ্ট ৰিজ\'লিউছন" "উৎকৃষ্ট ফ্ৰেমৰে\'ট" "অফ" "পিক্সেল একাধিকবাৰ সংগ্ৰহ হোৱা অংশসমূহ দেখুৱাওক" "পিক্সেল একাধিকবাৰ সংগ্ৰহ হোৱা কাউণ্টাৰ দেখুৱাওক" "একো নাই" "এটাও নহয়" "এনিমেশ্বন অফ" "এনিমেশ্বন স্কেল .৫গুণ" "এনিমেশ্বন স্কেল ১গুণ" "এনিমেশ্বন স্কেল ১.৫গুণ" "এনিমেশ্বন স্কেল ২গুণ" "এনিমেশ্বন স্কেল ৫গুণ" "এনিমেশ্বন স্কেল ১০গুণ" "অফ" "স্ক্ৰীণত দণ্ড হিচাপে" "মানক সীমা" "নেপথ্যত কোনো প্ৰক্ৰিয়া চলি থকা নাই" "সৰ্বাধিক ১টা প্ৰক্ৰিয়া" "সৰ্বাধিক ২টা প্ৰক্ৰিয়া" "সৰ্বাধিক ৩টা প্ৰক্ৰিয়া" "সৰ্বাধিক ৪টা প্ৰক্ৰিয়া" "অতি মন্থৰ" "মন্থৰ" "সাধাৰণ" "দ্ৰুত" "অতি দ্ৰুত" "%1$s ছেটিংসমূহ" "বৰ্তমান ব্যৱহৃত থৈ থকা কীব\'ৰ্ড" "কনফিগাৰ" "কীবর্ড বিকল্পসমূহ" "বৰ্তমান বাছনি কৰা স্বয়ংপূৰ্তি সেৱা" "স্বয়ংপূৰ্তি সেৱা বাছনি কৰক" "নাই" "<b>নিশ্চিত কৰক যে আপুনি এই এপটোক বিশ্বাস কৰে</b> <br/> <br/> <xliff:g id=app_name example=Password service>%1$s</xliff:g> কাৰণ ই আপোনাৰ স্ক্ৰীণত যি দেখা পোৱা যায় তাক ভিত্তি কৰি কি কি স্বয়ংপূৰ্তি কৰিব পাৰি নিৰ্ণয় কৰে।" "গণনা কৰি থকা হৈছে…" "আপোনাৰ ৱাইফাই নেটৱৰ্ক বাছনি কৰক" "নতুন নাম দিয়ক" "ৱাই-ফাই ডিছপ্লে’" "পিনৰ প্ৰয়োজন" "এয়া ব্যৱহাৰ কৰি কার্য সম্পূর্ণ কৰক" "এই কাৰ্যৰ বাবে সদায় এইটো বিকল্প ব্যৱহাৰ কৰিব নেকি?" "সদায় ব্যৱহাৰ কৰক" "মাত্ৰ এবাৰ" "কোনো এপে এই কাৰ্য কৰিব নোৱাৰে।" "উভতি যাওক" "ইনপুটসমূহ" "উপভোক্তা বৈদ্যুতিন নিয়ন্ত্ৰণ (CEC)" "ডিভাইট নিয়ন্ত্ৰণ ছেটিংসমূহ" "Blu-ray" "কেব\'ল" "ডি.ভি.ডি." "গেইম কনছ\'ল" "অক্স" "উপযোগিতা অনুসৰি দিয়া নাম" "এই %1$s ইনপুটৰ এটা নাম দিয়ক" "লুকাই আছে" "এই ইনপুটটো দেখুৱাওক" "নাম" "HDMI নিয়ন্ত্ৰণ" "টিভিটোক HDMI ডিভাইচবোৰ নিয়ন্ত্ৰণ কৰাৰ অনুমতি দিয়ক" "ডিভাইচ অট\' পাৱাৰ অফ কৰক" "টিভিৰ লগতে HDMI ডিভাইচৰ পাৱাৰ বন্ধ কৰক" "টিভিৰ অট\' পাৱাৰ অন কৰক" "HDMI ডিভাইচৰ দ্বাৰা টিভি পাৱাৰ অন কৰক" সংযুক্ত ইনপুটসমূহ সংযুক্ত ইনপুটসমূহ ষ্টেণ্ডবাই ইনপুট ষ্টেণ্ডবাই ইনপুটবোৰ কোনো সংযুক্ত ইনপুট নাই কোনো সংযুক্ত ইনপুট নাই "আপোনাৰ একাউণ্টত এপ আৰু অন্য সমলবোৰৰ প্ৰৱেশাধিকাৰ সীমিত কৰক" "সীমিত প্ৰ’ফাইল" "%1$sৰ দ্বাৰা নিয়ন্ত্ৰিত" "সীমিত প্ৰ\'ফাইলত এই এপ সমৰ্থিত নহয়" "এই এপটোৱে আপোনাৰ একাউণ্টসমূহ চাব পাৰে" "অৱস্থান" "এপক আপোনাৰ অৱস্থান সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰিবলৈ দিয়ক" "সীমিত প্ৰ’ফাইল দিয়ক" "সীমিত প্ৰ\'ফাইলৰ বাহিৰলৈ যাওক" "সীমিত প্ৰ\'ফাইল মচক" "সীমিত প্ৰ’ফাইল সৃষ্টি কৰক" "ছেটিংসমূহ" "অনুমতিপ্ৰাপ্ত এপবোৰ" %d এপৰ অনুমতি আছে %d এপৰ অনুমতি আছে "অনুমতি দিয়া হৈছে" "অনুমতি দিয়া হোৱা নাই" "নিজৰ উপযোগিতা অনুসৰি কৰা অৱৰোধসমূহ" "কিছু সময় অপেক্ষা কৰক…" "পিন সলনি কৰক" "%1$s\n%2$s" "এই এপ্‌টোৱে আপোনাৰ একাউণ্টসমূহত প্ৰৱেশ কৰিব পাৰে৷ %1$sৰ দ্বাৰা নিয়ন্ত্ৰিত" "এই চ্চেনেলটো চাবলৈ পিন দিয়ক" "এই প্ৰ\'গ্ৰাম চাবলৈ পিন দিয়ক" "পিন দিয়ক" "নতুন পিন ছেট কৰক" "আপোনাৰ নতুন পিনটো আকৌ দিয়ক।" "পুৰণি পিনটো দিয়ক" "আপুনি ৫ বাৰ অশুদ্ধ পিন দিছে।\n%1$d ছেকেণ্ডৰ পিছত পুনৰ চেষ্টা কৰক।" "অশুদ্ধ PIN, পুনৰ চেষ্টা কৰক" "পিনটো মিলা নাই, আকৌ চেষ্টা কৰক" "%1$sৰ বাবে পাছৱৰ্ড দিয়ক" "সফলতাৰে সংযোগ কৰা হ’ল" "সফলতাৰে ছেভ কৰা হ’ল" "%1$s সংস্কৰণ" "খোলক" "বলেৰে বন্ধ কৰক" "আপুনি কোনো এপ্‌ বলেৰে বন্ধ কৰিবলৈ চেষ্টা কৰিলে ই অস্বাভাৱিক আচৰণ কৰিব পাৰে৷" "আনইনষ্টল কৰক" "আপডেইটবিলাক আনইনষ্টনল কৰক" "এই Android চিষ্টেমৰ এপৰ সকলো আপডে’ট আনইনষ্টল কৰা হ\'ব।" "অক্ষম কৰক" "আপুনি এই এপটো অক্ষম কৰিব বিচাৰেনে?" "সক্ষম কৰক" "আপুনি এই এপটো সক্ষম কৰিব বিচাৰেনে?" "সঞ্চয়াগাৰ ব্যৱহাৰ কৰা হৈছে" "ব্যৱহাৰ কৰা%1$s%2$sত" "ডেটা মচক" "এই এপৰ সকলোবোৰ ডেটা চিৰকালৰ বাবে মচা হ\'ব।\nসেই ডেটাসমূহৰ ভিতৰত ফাইল ছেটিং, একাউণ্ট, ডেটাবেছ আদি অন্তৰ্ভুক্ত হয়৷" "ডিফ\'ল্টবিলাক মচক" "কিছুমান কাৰ্যৰ বাবে এই এপ আৰম্ভ কৰিবলৈ সাজু" "কোনো ডিফ\'ল্ট ছেট কৰা হোৱা নাই" "কেশ্ব মচক" "জাননীসমূহ" "মুক্ত উৎসৰ অনুজ্ঞাপত্ৰসমূহ" "অনুমতি" "এপ্লিকেশ্বন নাই" "ঠিক আছে" "বাতিল কৰক" "অন কৰক" "অফ কৰক" "স্ক্ৰীণ অফ কৰক" "স্ক্ৰীণ ছেভাৰ" "এতিয়া আৰম্ভ কৰক" "কেতিয়া ষ্টাৰ্ট কৰিব" "নিষ্ক্ৰিয় অৱস্থাৰ পিছতহে স্ক্ৰীণ ছেভাৰ আৰম্ভ হয়। যদি স্ক্ৰীণ ছেভাৰ বাছনি কৰা নহয়, তেনেহ\'লে ডিছপ্লে’\' অফ হৈ যায়।" "নিষ্ক্ৰিয় হোৱাৰ %1$sৰ পিছত" "ডিছপ্লে’ অফ কৰক" "%1$sৰ পাছত" "ইমান সময়ৰ পাছত ডিছপ্লে’ অফ কৰক" "স্ক্রীন অফ কৰিবলৈ দিয়ক" "মিডিয়া প্লে’বেকৰ সময়ত" "সম্প্ৰতি কোনো একাউণ্টে বেকআপ লোৱা ডাটা সঞ্চয় কৰা নাই" "আপোনাৰ ৱাই-ফাই পাছৱৰ্ড, বুকমাৰ্ক, অন্য ছেটিং আৰু এপ্ ডেটাৰ বেকআপ বন্ধ কৰাৰ লগতে Google ছাৰ্ভাৰত প্ৰতিলিপি কৰা সকলো বস্তুব মচিবনে?" "মোৰ ডেটাৰ বেকআপ লওক" "বেকআপ ল\'বলগীয়া একাউণ্ট" "স্বয়ংক্ৰিয়ভাবে পুনঃস্থাপন কৰক" "ডিভাইচ ৰিছেট কৰক" "এই কাৰ্যই আপোনাৰ Google একাউণ্ট, ছিষ্টেম আৰু এপ্ ডেটা ছেটিংসমূহ, আৰিু ডাউনল’ড কৰা এপবোৰকে ধৰি সকলো ডেটা অভ্যন্তৰীণ সঞ্চয়াগাৰৰ পৰা মচি পেলাব" "এই ডিভাইচটোত থকা আপোনাৰ সকলো ব্যক্তিগত তথ্য আৰু ডাউনল’ড কৰি থোৱা এপ্‌ মচিবনে? আপুনি ইয়াক আগৰ অৱস্থালৈ নিব নোৱাৰিব!" "সকলোবোৰ মচক" "আপোনাৰ %1$sৰ বাবে এটা নাম বাছনি কৰক" "আপোনাৰ ডিভাইচৰ সৈতে অন্য ডিভাইচৰ পৰা কাষ্টিং কৰিবলৈ বা সংযুক্ত কৰোঁতে চিনাক্ত কৰিবলৈ ডিভাইচৰ এটা নাম দিয়ক।" "Android TV" "বহা কোঠাৰ টিভি" "পাৰিবাৰিক কোঠাৰ টিভি" "শোৱনি কোঠাৰ টিভি" "উপযোগিতা অনুসৰি নাম দিয়ক…" "এই %1$sৰ নতুন নাম দিয়ক" "এই %1$sটোৰ নাম এতিয়া \"%2$s\"" "আপোনাৰ ডিভাইচৰ নাম দিয়ক" "আপোনাৰ ফ\'নৰ পৰা ফট\', ভিডিঅ\' আৰু বহুতো সমল কাষ্ট কৰোঁতে এই নামটো ব্যৱহাৰ কৰক" "সলনি কৰক" "সলনি নকৰিব" "অনুমতিসমূহ" "এপ্‌ৰ অনুমতি" "%2$dটাৰ %1$dটা এপক অনুমতি দিয়া হৈছে" "ব্লুটুথ অনুমতিৰ অনুৰোধ" "Android সুৰক্ষা পেটচ্চ স্তৰ" "এপ্লিকেশ্বন বাছনি কৰক" "(পৰীক্ষামূলক)" "সুৰক্ষিত ম\'ডলৈ ৰিবুট কৰক" "সুৰক্ষিত ম\'ডলৈ ৰিবুট কৰিব বিচাৰেনে?" "এই কার্যই আপুনি ইনষ্টল কৰা তৃতীয় পক্ষৰ সকলো এপ্লিকেশ্বন অক্ষম কৰিব। আপুনি পুনৰ ৰিবুট কৰিলে সেইবোৰ পুনঃস্থাপন কৰা হ\'ব।" "বাগ সম্পর্কীয় অভিযোগ কেপচাৰ কৰি থকা হৈছে" "উপলব্ধ ভাৰ্চুৱেল কীব\'ৰ্ডবোৰ" "কীব\'ৰ্ডসমূহ পৰিচালনা কৰক" "অনুমতি দিয়া হৈছে" "অনুমতি দিয়া হোৱা নাই" "ব্যৱহাৰৰ অনুমতি" "ব্যৱহাৰৰ প্ৰৱেশাধিকাৰে আপুনি ব্যৱহাৰ কৰি থকা অন্য এপ্‌সমূহক কিমান সঘনাই ব্যৱহাৰ কৰে, লগতে আপোনাৰ বাহক, ভাষাৰ ছেটিংসমূহ আৰু অন্যান্য বিৱৰণ ট্ৰেক কৰিবলৈ অনুমতি দিয়ে৷" "বেটাৰি অপ্টিমাইজেশ্বন" "এপত ব্য়ৱহাৰ হোৱা বেটাৰিৰ পৰিমাণ অপ্টিমাইজ কৰক" "অপ্টিমাইজ কৰাৰ প্ৰয়োজন নাই" "অপ্টিমাইজ কৰা হোৱা নাই" "বেটাৰিৰ ব্যৱহাৰ অপ্টিমাইজ কৰি থকা হৈছে" "বেটাৰি অপ্টিমাইজেশ্বন উপলব্ধ নহয়।" "জাননী চোৱাৰ অনুমতি" "ইনষ্টল কৰা কোনো এপে জাননী দেখুৱাবলৈ অনুৰোধ কৰা নাই।" "এই এপবোৰে সকলো জাননী আৰু ব্যক্তিগত তথ্য যেনে সম্পৰ্কৰ নাম আৰু আপুনি লাভ কৰা পাঠ বাৰ্তা পঢ়িবলৈ সক্ষম হ\'ব। এইবোৰে জাননী প্ৰত্যাখ্যান কৰিব পাৰিব বা সেইবিলাকত থকা ক্ৰিয়া সম্পৰ্কীয় বুটাম দ্বাৰা কৰিবলগীয়া কাৰ্যসমূহৰ সূচনা কৰিব পাৰিব।" "ডাইৰেক্টৰী ব্যৱহাৰৰ অনুমতি" "এই এপসমূহে নিৰ্ধাৰিত ডাইৰেক্টৰী ব্য়ৱহাৰ কৰিব পাৰে।" "%1$s (%2$s)" "অন্য এপৰ ওপৰত দেখুৱায়" "অন্য এপৰ ওপৰত দেখুৱাবলৈ অনুমতি দিয়ক" "আপুনি ব্যৱহাৰ কৰি থকা অইন এপৰ ওপৰত দেখুৱাবলৈ এই এপটোক অনুমতি দিয়ক। ই আপুনি ব্যৱহাৰ কৰি থকা এপসমূহ চলাত ব্যাঘাত জন্মাব পাৰে বা সেইবিলাকে স্ক্ৰীণত কেনেধৰণে দেখা দিয়ে বা আচৰণ কৰে তাক সলনি কৰিব পাৰে।" "ছিষ্টেমৰ ছেটিংসমূহ সংশোধন কৰক" "ছিষ্টেম ছেটিংসমূহ সংশোধন কৰিব পাৰে" "এই অনুমতিয়ে কোনো এপক ছিষ্টেম ছেটিংসমূহ সলনি কৰিবলৈ সুবিধা দিব।" "হয়" "নালাগে" "Picture-in-picture" "picture-in-pictureক অনুমতি দিয়ক" "ইনষ্টল কৰি থোৱা কোনো এপে চিত্ৰৰ ভিতৰত চিত্ৰ দেখুৱাব নোৱাৰে" "আপুনি এই এপটো খুলি ৰখাৰ সময়ত বা ইয়াৰ পৰা আঁতৰি যোৱাৰ পিছত (উদাহৰণস্বৰূপে, ইতিমধ্যে চাই থকা ভিডিঅ\'টোলৈ উভতি যাবলৈ) ইয়াক picture-in-picture ৱিণ্ড\' সৃষ্টি কৰিবলৈ অনুমতি দিয়ক। আপুনি ব্যৱহাৰ কৰি থকা অন্য এপৰ ওপৰত এই ৱিণ্ড\' প্ৰদৰ্শিত হ\'ব।" "এপৰ বিশেষ প্ৰবেশাধিকাৰ" "%1$s, %2$s" "অডিঅ’" "অডিঅ’ ৰেকৰ্ড কৰক" "অডিঅ’ ৰেকর্ডিং বন্ধ কৰিবলৈ অক্ষম কৰক" "তৎক্ষণাৎ অডিঅ’ ৰেকর্ডিং আৰম্ভ কৰিবলৈ সক্ষম কৰক" "ৰেকৰ্ড কৰা অডিঅ’ প্লে’ কৰক" "ৰেকৰ্ড কৰা অডিঅ’ ছেভ কৰক" "পঢ়িবলৈ আৰম্ভ কৰাৰ সময়" "অডিঅ’ ডেটা মান্য কৰাৰ সময়" "খালী অডিঅ’ৰ সময়সীমা" "অডিঅ\' ৰেকৰ্ড আৰম্ভ কৰাত বিফল হ\'ল।" "অডিঅ\' ৰেকৰ্ড কৰাত বিফল হ\'ল।" "ডেটা সঞ্চয়কাৰী" "কম ম’বাইল ডেটা ব্যৱহাৰ কৰিবলৈ স্বয়ংক্ৰিয়ভাৱে ভিডিঅ’ৰ গুণগত মান মিলাওক" "ডেটাৰ ব্যৱহাৰ আৰু সতৰ্কবাৰ্তাসমূহ" "এই কাম বৈধ নহয়" "ভলিউম সলনি কৰিব নোৱাৰি" "কল কৰাৰ অনুমতি নাই" "এছএমএছৰ অনুমতি নাই" "কেমেৰাক অনুমতি দিয়া হোৱা নাই" "স্ক্ৰীণশ্বটৰ অনুমতি নাই" "এই এপটো খুলিব নোৱাৰি" "আপোনাৰ যদি কিবা প্ৰশ্ন আছে, আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক" "%1$sৰ সৈতে ব্যৱহাৰ কৰিবলগীয়া ডিভাইচ" "কোনো ডিভাইচ বিচাৰি পোৱা নগ’ল। ডিভাইচ যাতে অন হৈ থাকে আৰু সংযোগ কৰিব পৰাকৈ উপলব্ধ থাকে সেইয়া নিশ্চিত কৰক।" "পুনৰ চেষ্টা কৰক" "কিবা এটা সমস্যা হৈছে। এপ্লিকেশ্বনটোৱে এটা ডিভাইচ বাচনি কৰাৰ অনুৰোধটো বাতিল কৰিছে।" "সংযোগ সফল হৈছে" "সকলো দেখুৱাওক" "সন্ধান কৰি থকা হৈছে"